Assamese প্ৰেম:বিধানৰ সিদ্ধি : Fulfillment of the Law (Assamese Edition)
Category | Sermon |
---|---|
Author | Dr. Jaerock Lee |
Print Length | 216 Pages |
Published | 2021-5-10(E-book) |
ISBN | 979-11-263-0792-0 05230(E-book) |
Language | Assamese |
List
- PREVIOUSAlt Dette Er Loven Ikke Imod : Against Such Things There Is No Law (Danish Edition)
- NEXTČovjek koji traži istinski blagoslov : A Man Who Pursues True Blessing (Croatian Edition)
본문
১ কৰিন্থীয়া ১৩ অধ্যায়ে ‘আত্মিক প্ৰেম’ৰ সুন্দৰ বৰ্ণনা দিয়ে। তাত সেইজনা মহান ঈশ্বৰৰ প্ৰেমৰ বিষয়ে কোৱা হৈছে, যিজনাই আমাৰ পাপৰ বাবে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ একমাত্ৰ পুত্ৰক জগতলৈ পঠিয়ালে, আৰু সেইজনা সদাপ্ৰভুৰ প্ৰেমৰ বিষয়ে কোৱা হৈছে যিজনাই প্ৰেমৰ বাবে নিজৰ স্বৰ্গীয় মহিমাক ত্যাগ কৰিলে আৰু ক্ৰুছত জীৱন বলিদান দিলে। আমিও যদি এই জগতৰ অগণিত মৃত্যুমুখী আত্মাবিলাকক ঈশ্বৰৰ প্ৰেম বিলাবলৈ বিচাৰোঁ, তেন্তে আমি এই আত্মিক প্ৰেমক অনুভৱ কৰিব লাগিব আৰু তাক অনুশীলন কৰিব লাগিব।
প্ৰেম: বিধানৰ সিদ্ধি
সূচিপত্ৰ
আগকথা
প্ৰস্তাৱনা
খণ্ড ১
প্ৰেমৰ তাত্পৰ্য
অধ্যায় ১ আত্মিক প্ৰেম
অধ্যায় ২ মাংসিক প্ৰেম
খণ্ড ২
প্ৰেমৰ অধ্যায়ত প্ৰেম
অধ্যায় ১ ঈশ্বৰে বিচৰা প্ৰেম
অধ্যায় ২ প্ৰেমৰ বৈশিষ্ট্যসমূহ
অধ্যায় ৩ সিদ্ধ প্ৰেম
খণ্ড ৩
প্ৰেম হৈছে বিধানৰ সিদ্ধি
অধ্যায় ১ ঈশ্বৰৰ প্ৰেম
অধ্যায় ২ খ্ৰীষ্টৰ প্ৰেম
How to Buy
Paper Book
eBook